Saturday, April 11, 2026

Fact checks

জৰ্জিয়াৰ সংসদৰ পুৰণি ঘটনা ইজৰাইলৰ সংসদৰ শেহতীয়া ঘটনা বুলি ভাইৰেল।

শেহতীয়াকৈ কোনো সংসদত ভাষণৰত অৱস্থাত এগৰাকী ব্যক্তিক আন এগৰাকী ব্যক্তিয়ে শাৰিৰীক আক্ৰমণ কৰাৰ এক ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া ইজৰাইলৰ সংসদ “নেছেট”ত (Knesset) হোৱা মাৰপিটৰ দৃশ্য। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল […]

Political

লেবাননৰ পুৰণি ভিডিঅ’ ডুবাইত মহিলাৰ লাইভ ষ্ট্ৰিমিঙৰ সময়ত ইৰাণৰ মিছাইল আক্ৰমণৰ দৃশ্য বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে এগৰাকী মহিলাই লাইভ ষ্ট্ৰিমিং কৰি আছে। হঠাৎ এটা শব্দ শুনা যায় আৰু মহিলাগৰাকী থিয় হয়। তাৰপাছতে এটা বিস্ফোৰণ হয় আৰু লাইভ ষ্ট্ৰিমিংটো বন্ধ হৈ পৰে। দাবী কৰা হৈছে এই ভিডিঅ’টো ডুবাইৰ য’ত শেহতীয়াকৈ এইদৰে ইৰাণে মিছাইল আক্ৰমণ কৰে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে যে […]

অসমত অসমীয়া পিছত আহিছিল, মিঞাসকল আগত আহিছিল বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টোত দেখা গৈছে যে মুখ্যমন্ত্ৰী গৰাকীয়ে এইদৰে কৈছে, “অসমত অসমীয়া পিছত আহিছিলে, মিঞাসকল আগত আহিছিল”। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে গুগলত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া […]

International

পাকিস্তানৰ ড্ৰাগছ বিৰোধী অভিযানৰ পুৰণি ভিডিঅ’ ধূৰন্ধৰ-২ চিনেমাখনৰ মুক্তিৰ পাছত পাকিস্তানত গুপ্তচৰৰ সন্ধান চলোৱা ভিডিঅ’ বুলি ভাইৰেল।

শেহতীয়াকৈ কিছুমান আৰক্ষী বিষয়াই পথৰ কাষত শুই থকা ব্যক্তি এগৰাকীৰ তালাচী চলোৱা এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে সেয়া ধূৰন্ধৰ-২ চিনেমাখনে মুক্তি লাভ কৰাৰ পাছত পাকিস্তানত গুপ্তচৰৰ সন্ধান কৰাৰ দৃশ্য। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “পাকিস্তানৰ লায়াৰী অঞ্চলত ‘ধুৰন্ধৰ ২’ (Dhurandhar 2) ৰ সৈতে জড়িত কিছু খবৰ প্ৰকাশ পোৱাৰ পিছতে […]

জৰ্জিয়াৰ সংসদৰ পুৰণি ঘটনা ইজৰাইলৰ সংসদৰ শেহতীয়া ঘটনা বুলি ভাইৰেল।

শেহতীয়াকৈ কোনো সংসদত ভাষণৰত অৱস্থাত এগৰাকী ব্যক্তিক আন এগৰাকী ব্যক্তিয়ে শাৰিৰীক আক্ৰমণ কৰাৰ এক ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া ইজৰাইলৰ সংসদ “নেছেট”ত (Knesset) হোৱা মাৰপিটৰ দৃশ্য। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল […]

ইজৰাইলত ভাৰতীয় সাংবাদিক আদিত্য ৰাজ কৌলক গ্ৰেপ্তাৰ কৰা হৈছে বুলি কৰা দাবীটো মিছা।

শেহতীয়াকৈ, ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পাছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ অৱস্থিতি প্ৰকাশ কৰাৰ অভিযোগত ইজৰাইল আৰক্ষীয়ে ভাৰতীয় সাংবাদিক আদিত্য ৰাজ কৌলক গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে সাংবাদিক আদিত্য ৰাজ কৌলে আক্ৰমণৰ বলি হোৱা স্থানৰ পৰা বাতৰি পৰিৱেশন কৰি থকা অৱস্থাত বেঞ্জামিন নেতান্যাহু সেই স্থানলৈ আহিছে। […]